‘সাম্প্ৰতিক কলম’ হৈছে সমসাময়িক ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, আধ্যাত্মিক, সাহিত্য আৰু সাংস্কৃতিক বিষয়ৰ নিৰ্মোহ বিশ্লেষণ। 'সাম্প্ৰতিক কলম'ৰ লেখক হৈছে প্ৰশান্ত বাৰ্মা, তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ সংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। 'The Current Ink' offers straightforward analysis of contemporary political, socio-economic, educational, spiritual, literary, and cultural issues by Prasanta Verma, a writer and media enthusiast. He is post graduated in Mass Communication.